WhatsApp Group Join Now
Telegram Group Join Now

Assam History GK for Competitive Examination

Assam History GK Question in Assamese

Assam History GK is a large and complicated subject. To master Assam History MCQ, you must put in a lot of time and effort. This post is a comprehensive study of 100+ essential Assam History questions from APSC Prelims and Mains, Assam Police, PNRD, and other competitive exams. So, before we take the actual exam, let’s finish this Assam History MCQ quiz test.

100+ Most Probable Assam History GK You Can Read:

  1. ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি ?

উত্তৰঃ নজনা কথাৰ ভঁৰাল।

  1. কুৰুক্ষেত্র যুদ্ধত অংশ গ্ৰহণ কৰা প্রাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ?

উত্তৰঃ ভগদত্ত ।

  1. কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্রতিষ্ঠাতা কোন ?

উত্তৰঃ পুষ্য বৰ্মণ।

  1. পুৰণি কামৰূপৰ চাৰিভাগ –

উত্তৰঃ – (১) ৰত্নপীঠ , (২) কামপীঠ ,

(৩) স্বৰ্ণপীঠ আৰু (৪) সৌমাৰপীঠ ।

  1. আহোমসকলৰ ভাষাত অসমৰ নাম –

উত্তৰঃ – মুঙদুনদুন খাম ।

  1. আহোমসকল অসমলৈ আহিছিল –

উত্তৰঃ – ১২২৮ খ্ৰীষ্টাব্দত ।

  1. আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল –

উত্তৰঃ – স্বৰ্গদেউ চাওলুং চুকাফাই ।

  1. আহোমৰ প্ৰথম ৰাজধানী –

উত্তৰঃ – চৈ – ৰাই – ডয় অৰ্থাৎ চৰাইদেউ ।

  1. আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল –

উত্তৰঃ – স্বৰ্গদেউ ৰুদ্ৰসিংহ ।

  1. আহোমৰ শেষ ৰজাজন –

উত্তৰঃ – চন্দ্ৰকান্ত সিংহ ।

  1. পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন –

উত্তৰঃ – চুক্লেনমুং ।

  1. আহোম প্ৰথমতে হোৱা বিবাহ –

উত্তৰঃ – চকলং ।

  1. ল’ৰাৰজাৰ প্ৰকৃত নাম –

উত্তৰঃ – চুলিকফা ।

  1. সতী জয়মতী –

উত্তৰঃ – আহোম ৰজা গদাধৰ সিংহৰ পত্নী । এওঁ স্বামীৰ মংগলৰ বাবে জীৱন উৎসৰ্গা কৰি সতীত্বৰ খ্যাতি অৰ্জন কৰিছিল ।

  1. বৰ্মণ বংশৰ শ্রেষ্ঠ ৰজাজন কোন আছিল ?

উত্তৰঃ ভাস্কৰ বৰ্মণ।

  1. যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ?

উত্তৰঃ ৪ ভাগত।

  1. কিমান চনত ভাস্কৰ বৰ্মণ প্রাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ?

উত্তৰঃ ৫৯৪ খ্ৰীষ্টাব্দত।

  1. ‘নাগশংকৰ দেৱালয়’ কোনে সজাইছিল·

উত্তৰঃ কামৰূপৰ ৰজা নৰশঙ্কৰে।

  1. ‘শালস্তম্ভ বংশ’ৰ প্ৰথম ৰজাজন কোন আছিল ?

উত্তৰঃ শালস্তম্ভ।

  1. শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্রীষ্টাব্দত ?

উত্তৰঃ ৬৫০ খ্ৰীষ্টাব্দত।

  1. ‘শালস্তম্ভ বংশ’ৰ অন্তিম ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ ত্যাগ সিংহ।

অসম বুৰঞ্জী [Part 2]

অসম বুৰঞ্জী [Part 2]

  1. শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতিক কোন দেশৰ ৰজালৈ বিয়া দিছিল ?

উত্তৰঃ নেপালৰ।

  1. পালবংশৰ অন্ত পৰে কিমান চনত ?

উত্তৰঃ ১১১২ চনত।

  1. পাল বংশৰ প্রথম ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ ব্রহ্মপাল।

  1. পাল বংশৰ আৰম্ভণি হয় কিমান চনত ?

উত্তৰঃ ৯৯০ চনত।

  1. মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল ?

উত্তৰঃ ১২৫৭ চনত।

  1. অসমত আহোম ৰাজ্যৰ প্রতিষ্ঠাতা কোন ?

উত্তৰঃ চুকাফা

  1. চুকাফা ব্রহ্মদেশৰ কোনখন প্রদেশৰ পৰা অসমলৈ আহিছিল ?

উত্তৰঃ মাওলুং

  1. ‘মুনডুং চুনখাম’ মানে কি ?

উত্তৰঃ সোণৰ বাগিছাৰে ভৰা দেশ।

  1. জয়ন্তীয়া ৰজা যশোবৰ্মণ কোনজন আহোম ৰজাৰ সমসাময়িক আছিল ?

উত্তৰঃ নৰিয়া ৰজা

  1. আহোম ৰাজ্যত পোন প্রথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ ?

উত্তৰঃ ১৩৭৬ চনৰ পৰা ১৩৮০ চনলৈ।

  1. কোনজন আহোম ৰজাক ‘বামুণী কোঁৱৰ’ বুলি কোৱা হয় ?

উত্তৰঃ চুডাংফা

  1. অসমৰ কোনজন ৰজাই ‘চাৰগুৱা’লৈ অসমৰ ৰাজধানী তুলি নিয়ে ?

উত্তৰঃ চুডাংফা।

  1. কোনজন আহোম ৰজাই ‘স্বৰ্গনাৰায়ণ’ নাম লৈছিল ?

উত্তৰঃ চুকামফা।

  1. ‘দিহিঙিয়া ৰজা’ বুলি কাক কোৱা হয় ?

উত্তৰঃ চুহুংমুং।

  1. কোনজন আহোম ৰজাই অসমত প্রথম লোকপিয়ল কৰে ?

উত্তৰঃ চুহুংমুং।

  1. কোনজন আহোম ৰজাক ‘গড়গয়া ৰজা’ বুলি কোৱা হয় ?

উত্তৰঃ চুক্লেংমুং।

  1. অসমৰ ‘মৰিয়া’ সকল কি ব্যৱসায়ৰ লগত জড়িত ?

উত্তৰঃ কাঁহৰ বাচন।

  1. প্রথম আহোম ‘বৰবৰুৱা’ কোন আছিল ?

উত্তৰঃ মোমাই তামুলী বৰবৰুৱা

  1. অসম বুৰঞ্জীত ‘বৰফুকন’ পদৰ সৃষ্টি কোনে কৰে ?

উত্তৰঃ চুচেনফা।

অসম বুৰঞ্জী [Part 3]

  1. অসমৰ কোনজন ৰজাক ‘কুঁজা ৰজা’ বুলি কোৱা কোৱা হয় ?

উত্তৰঃ চুটিনফা।

  1. কোনজন আহোম ৰজাৰ ‘ছত্ৰভঙ্গ যোগ’ হোৱা বুলি দৈবজ্ঞসকলে কৈছিল ?

উত্তৰঃ শিৱ সিংহ ।

  1. বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কোঁৱৰী আছিল ?

উত্তৰঃ শিৱ সিংহ।

  1. প্রথম আহোম ‘বৰৰজা’ কোন আছিল ?

উত্তৰঃ ফুল্লেশ্বৰী।

  1. অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় ‘বৰৰজা’ উপাধি দিয়া হয় ?

উত্তৰঃ সর্বেশ্বৰীক ।

  1. ‘হস্তী বিদ্যাৰ্ণৱ’ পুথি কোনে ৰচনা কৰে ?

উত্তৰঃ সুকুমাৰ বৰকাইথ।

  1. কোনজন আহোম ৰজাৰ দিনত ‘লতাকটা ৰণ’ হয় ?

উত্তৰঃ ৰাজেশ্বৰ সিংহ।

  1. মণিপুৰৰ ৰাজকন্যা কুৰঙ্গনয়নীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল ?

উত্তৰঃ ৰাজেশ্বৰ সিংহ।

  1. মণিৰাম দেৱানৰ ফাঁচি –

উত্তৰঃ – ১৮৫৮ চনত ।

  1. ইংৰাজে বন্দী কৰা আহোম ৰজাজন –

উত্তৰঃ – পুৰন্দৰ সিংহ ।

  1. অসমৰ আটাইতকৈ ওখ মন্দিৰটো –

উত্তৰঃ – শিৱদৌল ।

  1. অসমলৈ মানসেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন –

উত্তৰঃ – বদন বৰফুকন ।

  1. চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন –

উত্তৰঃ – মণিৰাম দেৱান ।

  1. ১৯৪২ চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী –

উত্তৰঃ – কনকলতা বৰুৱা ।

  1. ১৯৪২ চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন –

উত্তৰঃ – মুকুন্দ কাকতি ।

  1. ১৯৪২ চনৰ আন্দোলনত বঢ়মপুৰত শ্বহীদ হোৱা মহিলা গৰাকী –

উত্তৰঃ – ভোগেশ্বৰী ফুকননী ।

  1. অসমৰ কৃষক বিদ্রোহত ফুলগুৰিৰ সংঘর্ষত ১৮৬১ চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন –

উত্তৰঃ – লেফটেনান্ট চিংগাৰ ।

  1. ফুলগুৰিৰ কৃষক বিদ্রোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা –

উত্তৰঃ – ৫৪ জন ।

  1. দিহিংঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱা অসমীয়াজন –

উত্তৰঃ – শ্ৰীমন্ত শংকৰদেৱ ।

  1. ৰজাঘৰীয়া দৈৱজ্ঞই কৰা ভৱিষ্যৎবাণী কাৰণে ৰাজপথত নবহা স্বৰ্গদেউজন –

উত্তৰঃ – শিৱ সিংহ ।

অসম বুৰঞ্জী [Part 4]

  1. পথৰুঘাটৰ ৰণ হৈছিল –

উত্তৰঃ – ১৮৯৪ চনত ।

  1. ‘ৰত্নমালা’ কিতাপখন কোনে ৰচনা কৰে ?

উত্তৰঃ পুৰোষোত্তম বিদ্যানিধি।

  1. কিমান চনত চুটীয়া ৰাজ্য স্থাপিত হয় ?

উত্তৰঃ ১১৮৯ চনত।

  1. কিমান চনত কনকলতা শ্বহীদ হয় ?

উত্তৰঃ ১৯৪২ চনত।

  1. কিমান চনত অসমত স্বায়ত্ব শাসন প্রৱৰ্তন কৰা হয় ?

উত্তৰঃ ১৯৩৫ চনত।

  1. কিমান চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন বহে ?

উত্তৰঃ ১৯২৬ চনত।

  1. বিখ্যাত ‘কাৰেং ঘৰ’ কোন জন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?

উত্তৰঃ ৰাজেশ্বৰ সিংহই।

  1. ১৭৬৯ চনত মোৱামৰীয়া সকলে কাক ৰজা পাতিছিল ?

উত্তৰঃ ৰমাকান্তক।

  1. কোনজন আহোম ৰজাই প্রথম ইংৰাজৰ সহায় বিচাৰিছিল ?

উত্তৰঃ চুখ্ৰামফাই।

  1. কোনজন আহোম ৰজাৰ দিনত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল ?

উত্তৰঃ কমলেশ্বৰ সিংহ।

  1. কিমান চনত মানসকলে প্রথম আহোম ৰাজ্য আক্ৰমণ কৰে ?

উত্তৰঃ ১৮১৭ চনত।

  1. কিমান চনত মানসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?

উত্তৰঃ ১৮১৮ চনত।

  1. কিমান চনত মানসকলে তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?

উত্তৰঃ ১৮২০ চনত।

  1. যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত উঠে ?

উত্তৰঃ ১৮২১ চনত।

  1. কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে ‘নৱ বৈবষžৱ’ ধৰ্ম প্রচাৰ আৰম্ভ কৰে ?

উত্তৰঃ চুহুংমুং।

  1. কোনজন আহোম ৰজাক ‘খুৰা ৰজা’ বুলি কোৱা হয় ?

উত্তৰঃ চুকামফা।

  1. কোনজন আহোম ৰজাই ‘প্রতাপ সিংহ’ উপাধি গ্রহণ কৰে ?

উত্তৰঃ চুচেনফা।

  1. উৰিষ্যৰ জগন্নাথ মন্দিৰ কোনে ধবংস কৰে ?

উত্তৰঃ কালাপাহাৰে।

  1. কোনজন আহোম ৰজাৰ দিনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?

উত্তৰঃ চুতিনফা।

  1. পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্রৱেশ কৰে ?

উত্তৰঃ আহোম জনজাতিৰ লোকে।

অসম বুৰঞ্জী [Part 5]

  1. কোনজন আহোম ৰজাক ‘ল’ৰা ৰজা’ বুলি কোৱা হয় ?

উত্তৰঃ ৰামধ্বজ সিংহ।

  1. লালুকসোলা বৰফুকনক কোনে হত্যা কৰে ?

উত্তৰঃ ভোটাই ডেকাই।

  1. স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ আহোম নাম কি আছিল ?

উত্তৰঃ চুখ্ৰামফা।

  1. অসম বুৰঞ্জীত কোনজন ৰজাক ‘ভগা ৰজা’ বুলি জনা যায় ?

উত্তৰঃ চুৰামফা

  1. আহোম ৰজা’ ‘চুৰামলা’ৰ হিন্দু নাম কি ?

উত্তৰঃ জয়ধবজ সিংহ

  1. কোনজন আহোম ৰজাই ‘বৰবৰুৱা’ পদৰ সৃষ্টি কৰে ?

উত্তৰঃ চুচেনফা

  1. ৰুদ্ৰ সিংহই কিমান চনত অসমৰ সিংহাসনত বহে ?

উত্তৰঃ ১৬৯৬ চনত।

  1. কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰে ?

উত্তৰঃ ১৮২৬ চনত।

  1. কিমান চনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?

উত্তৰঃ ১৬৬২ চনত।

  1. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত ?

উত্তৰঃ যোৰহাটত।

  1. স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্ৰী কোন আছিল ?

উত্তৰঃ গোপীনাথ বৰদলৈ।

  1. অসমৰ প্রথম চাহ খেতিয়ক কোন আছিল ?

উত্তৰঃ জগন্নাথ বৰুৱা।

  1. অসমৰ পৰা প্রথম কোনে ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰে ?

উত্তৰঃ ফখৰুদ্দিন আলি আহমেদ।

  1. কোচৰজা মল্লদেৱে কি নাম গ্ৰহণ কৰিছিল ?

উত্তৰঃ মহাৰাজ নৰনাৰায়ণ।

  1. অসমৰ কাক ‘লোকপ্রিয়’ বুলি কোৱা হয় ?

উত্তৰঃ গোপীনাথ বৰদলৈ।

  1. শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল ?

উত্তৰঃ লাচিত বৰফুকন।

  1. হিউৱেনচাং অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল ?

উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মন।

  1. কিমান চনত মহাত্মা গান্ধী অসমলৈ আহে ?

উত্তৰঃ ১৯২১ চনত।

  1. অসম সাহিত্য সভাৰ প্রথম অধিবেশন কিমান চনত বহে ?

উত্তৰঃ ১৯১৭ চনত।

  1. বাণ ৰজাৰ কন্যা –

উত্তৰঃ – ঊষাদেৱী ।

অসম বুৰঞ্জী [Part 6]

  1. কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম নিৰ্মাণ কৰে –

উত্তৰঃ – নৰাকাসুৰে ।

  1. কোচ বংশৰ শ্ৰেষ্ঠ ৰজা –

উত্তৰঃ – নৰনাৰায়ণ ।

  1. নৰনাৰায়ণৰ সেনাপতি –

উত্তৰঃ – মহাবীৰ চিলাৰায় ।

  1. ইয়াণ্ডাবু সন্ধি –

উত্তৰঃ – ১৮২৬ খ্ৰীষ্টাব্দত হয় । এই সন্ধি মান ৰজা আৰু ব্ৰিটিছৰ মাজত হৈছিল । সন্ধিৰ স্বৰ্ত্তমতে অসম ইংৰাজৰ অধীনলৈ যায় ।

  1. অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ –

উত্তৰঃ – পিয়লি ফুকন ।

  1. ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম –

উত্তৰঃ – ১৮৮৮ চনৰ ২৫ আগষ্টত ।

  1. আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক মোগল দৰবাৰলৈ পঠিওৱা সন্ধিটো –

উত্তৰঃ – ঘিলাঝাৰী ঘটাৰ সন্ধি ।

  1. আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ –

উত্তৰঃ – ইটাখুলি ৰণ ।

  1. মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল –

উত্তৰঃ – ২০৬ খ্ৰীষ্টাব্দত ।

  1. মানৰ প্ৰথম আক্ৰমণ –

উত্তৰঃ – ১৮১৭ চনত ।

  1. মহাত্মা গান্ধী অসমলৈ আহে –

উত্তৰঃ – ১৯২১ চনত ।

  1. অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি –

উত্তৰঃ – তৰুণৰাম ফুকন ।

  1. ১৯৪২ চনৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়াজন –

উত্তৰঃ – কুশল কোঁৱৰ ।

  1. অসমত ‘দাস প্ৰথা’ বিলোপ হয় –

উত্তৰঃ – ১৮৪৩ চনত ।

  1. কিমান চনত ইংৰাজসকলে পিয়লী ফুকনক ফাঁচী দিয়ে ?

উত্তৰঃ ১৮৩৮ চনত।

  1. কিমান চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্রৱৰ্তন হয় ?

উত্তৰঃ ১৮৩৭ চনত।

  1. কিমান চনত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম হয় ?

উত্তৰঃ ১৮৮৮ চনত।

  1. কিমান চনত মনিৰাম দেৱানক ফাঁচী দিয়া হয় ?

উত্তৰঃ ১৮৫৮ চনত।

  1. কিমান চনত কোচ ৰাজবংশ প্রতিষ্ঠা হয় ?

উত্তৰঃ ১৫১৫ চনত।

  1. কোন চনত ‘অসম চুক্তি’ স্বাক্ষŽৰিত হৈছিল ?

উত্তৰঃ ১৯৮৫ চনত।

See more: Assam History

অসম বুৰঞ্জী [Part 7]

  1. অসমৰ ৰাজধানী কেতিয়া শ্বিলংৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয় ?

উত্তৰঃ ১৯৭৪ চনত।

  1. কোন চনত অসম আন্দোলন আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৭৯ চনত।

  1. অসমত কেতিয়া ভাষা আন্দোলন আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৬০ চনত।

  1. কেতিয়া মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰিছিল ?

উত্তৰঃ ১৬১৫ চনত।

  1. কেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ?

উত্তৰঃ ১৪৪৯ চনত।

  1. কেতিয়া চিলাৰায়ৰ মৃত্যু হৈছিল ?

উত্তৰঃ ১৫৭৫ চনত।

  1. অসমত কেতিয়া পঞ্চায়তীৰাজ আৰম্ভ হয় ?

উত্তৰঃ ১৮৯৬ চনত।

  1. অসম মন্ত্ৰী পৰিষদৰ সদস্যপদ লাভ কৰা প্রথম গৰাকী মহিলা কোন আছিল ?

উত্তৰঃ শ্ৰীমতী পদ্ম কুমাৰী গোঁহাই।

  1. স্বাধীন অসমৰ বিধান সভাৰ প্রথম অধ্যক্ষ কোন আছিল ?

উত্তৰঃ হৰেশ্বৰ গোস্বামী।

  1. অসমৰ প্রথম বৃটিচ চীফ কমিচনাৰজন কোন আছিল ?

উত্তৰঃ ক’লনেল কিটিং।

  1. কোন চনত বৃটিছ চৰকাৰে অসমত অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰিছিল ?

উত্তৰঃ ১৮২৮ চনত।

  1. ‘আভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হৈছিল ?

উত্তৰঃ ১৮৭৩ চনত।

  1. ‘তোমালোকে মোক হত্যা কৰিব পাৰা কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰিবা।’ – কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ কনকলতাই।

  1. প্রাচীন কামৰূপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল ?

উত্তৰঃ অমৃতপ্ৰভাক।

  1. অসম আৰু তিৰ্বতৰ মাজৰ বাণিজ্যিক পথ কোনে মুকলি কৰিছিল ?

উত্তৰঃ ৰুদ্ৰসিংহই, ১৭০৩ চনত।

  1. ব্রহ্মপুত্ৰ নদীক কোন তিনিটা নদীৰ সংগম স্থল বুলি কোৱা হয় ?

উত্তৰঃ দিহিং, দিবং আৰু লুইত নৈৰ।

  1. মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?

উত্তৰঃ ১৮ বাৰ।

  1. অসম ‘ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ ১৯১৬ চনত।

  1. শ্ৰীশংকৰদেৱ আৰু মাধৱদেৱৰ ক’ত ‘মণিকাঞ্চণ’ সংযোগ হৈছিল বুলি কোৱা হয় ?

উত্তৰঃ মাজুলী নদী-দ্বীপৰ বেলগুৰিত।

  1. ১৯০৫ চনত গোলাঘাটৰ সৰু পথাৰত জন্ম গ্ৰহণ কৰা আৰু ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা অসমৰ বিপ্লৱীজন কোন ?

উত্তৰঃ কুশল কোঁৱৰ।

  1. আহোম সাম্ৰাজ্যৰ শেষ স্বৰ্গদেউ কোন ?

উত্তৰঃ চন্দ্ৰকান্ত সিংহ।

অসম বুৰঞ্জী [Part 8]

  1. হিউৱেনচাং কিমান চনত অসমলৈ আহে ?

উত্তৰঃ ৬২০ চনত।

  1. কিমান চনত চুকাফাৰ মৃত্যু হয় ?

উত্তৰঃ ১২৬৮ চনত।

  1. অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰঃ গুৱাহাটীত।

  1. অসমৰ প্রথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?

উত্তৰঃ চৈয়দা আনোৱাৰা টাইমূৰ।

  1. প্রথম অসমীয়া খ্রীষ্টান কোন আছিল ?

উত্তৰঃ নিধি লেভী ফাৰৱেল।

  1. কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্রথম অসমীয়া মহিলা কোন আছিল ?

উত্তৰঃ ৰেণুকা দেৱী বৰকটকী।

  1. কোন চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেওত স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১২৫৩ চনত।

  1. আহোম আৰু মোগলৰ মাজত শেষ ৰণখন কোন চনত হৈছিল ?

উত্তৰঃ ১৬৮১ চনত।

  1. অসমত ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত হৈছিল ?

উত্তৰঃ ১৫৪৮ চনত।

  1. গুৱাহাটীৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৯৪৮ চনত।

  1. অসমৰ বিখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ১৬৯৪ চনত।

  1. কিমান চনত অসমত খাৰুৱা তেল আৱিষ্কাৰ হয় ?

উত্তৰঃ ১৮২৩ চনত।

  1. অসম বিধান সভাৰ প্রথম অধ্যক্ষ কোন আছিল ?

উত্তৰঃ বসন্ত দাস।

  1. কিমান চনত অসম বংগৰ পৰা বিভাজিত হৈছিল ?

উত্তৰঃ ১৮৭৪ চনত।

  1. কিমান চনত মুছলমানসকলে প্রথমবাৰ অসম আক্ৰমণ কৰে ?

উত্তৰঃ ১২০৬ চনত।

  1. ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্রথমজন শ্বহীদ কোন আছিল ?

উত্তৰঃ খৰ্গেশ্বৰ তালুকদাৰ।

  1. কোনজন আহোম ৰাজক উত্তৰ-পূৱ ভাৰতৰ ‘শিৱাজী’ বুলি কোৱা হয় ?

উত্তৰঃ স্বৰ্গদেও ৰুদ্ৰসিংহক।

  1. কিমান চনত অসমত জল-জাহাজ সেৱা আৰম্ভ হৈছিল ?

উত্তৰঃ ১৮৭৪ চনত।

  1. অসমত কেতিয়া ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা আৰম্ভ হৈছিল ?

উত্তৰঃ ১৮৬৬ চনত।

  1. প্রথমবাৰৰ বােব অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ?

উত্তৰঃ ১৯৭৯ চনত।

অসম বুৰঞ্জী [Part 9]

  1. কোন চনৰ পৰা অসমত মাটিৰ ‘ম্যাদী পাট্টা’ আৰম্ভ কৰা হৈছিল ?

উত্তৰঃ ১৮৮৬ চনত।

  1. ‘জয়দৌল’ আৰু ‘জয়সাগৰ পুখুৰী’ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল ?

উত্তৰঃ আহোম স্বৰ্গদেও ৰুদ্ৰসিংহই।

  1. আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক’ত অৱস্থিত ?

উত্তৰঃ বশিষ্টাশ্ৰমত ।

  1. অসমৰ প্ৰাচীনতম নাম –

উত্তৰঃ – প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ ।

  1. প্ৰাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখন –

উত্তৰঃ – কালিকা পুৰাণ ।

  1. অসমৰ প্ৰাচীনতম শাসকগৰাকী –

উত্তৰঃ – মহীৰংগ দানৱ ।

  1. প্ৰাগজ্যোতিষৰ পশ্চিম সীমাত –

উত্তৰঃ – বৰ্তমান বাংলাদেশৰ কৰতোৱা নদী ।

  1. প্ৰাগজ্যোতিষপুৰৰ দক্ষিণ সীমাত –

উত্তৰঃ – বঙ্গোপসাগৰ ।

  1. প্ৰাচীন কামৰূপ ৰাজ্যৰ চাৰিটা ভাগত বিভক্ত আছিল –

উত্তৰঃ – ১) কামপীঠ – ( সোণকোষ বা স্বৰ্ণকোষ নদীৰপৰা ৰূপহী নদীলৈকে ) ।

২) ৰত্নপীঠ – ( পূবে স্বৰ্ণকোষ নদীৰপৰা পশ্চিমে বৰ্তমানৰ বাংলাদেশৰ কৰতোৱা নদীলৈকে বিস্তৃত অঞ্চল ) ।

৩) স্বৰ্ণপীঠ – ( ৰূপহীৰ পৰা ভৰালী নদীলৈ ) ।

৪) সৌমাৰপীঠ – ( ভৰলীৰপৰা দিকৰাই বা ডিক্ৰঙলৈ ) ।

  1. সতী জয়মতীক শাস্তি দিয়া পথাৰখন –

উত্তৰঃ – জেৰেঙা পথাৰ ।

  1. মূলা গাভৰু –

উত্তৰঃ – বৰগোঁহাই ফ্ৰাঙচেংমুঙৰ পত্নী । তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্ৰু পক্ষৰ লগত যুদ্ধ কৰি প্ৰাণ ত্যাগ কৰিছিল ।

  1. শৰাইঘাটৰ যুদ্ধ হৈছিল –

উত্তৰঃ – ১৬৭১ খ্ৰীষ্টাব্দত । ( মোগল আৰু আহোমৰ মাজত হৈছিল ) ।

  1. শৰাইঘাটৰ যুদ্ধৰ দুয়োপক্ষৰ সেনাপতি আছিল –

উত্তৰঃ – লাচিত বৰফুকন ( আহোম ) আৰু ৰাম সিং (মোগল) ।

  1. প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল –

উত্তৰঃ – ১৭৬৯ খ্ৰীষ্টাব্দত ।

  1. দন্দুৱা বিদ্ৰোহ হৈছিল –

উত্তৰঃ – আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত ।

  1. দন্দুৱা বিদ্ৰোহ নেতা –

উত্তৰঃ – হৰদত্ত আৰু বীৰদত্ত নামে দুই ভাই – ককাই ।

  1. দন্দুৱা বিদ্ৰোহৰ কাৰণ –

উত্তৰঃ – কামৰূপত আহোম বৰফুকন কলীয়া ভোমোৰাৰ অত্যাচাৰ ।

  1. জলমবটা বা নকল আহোম –

উত্তৰঃ – ৰজা কীৰ্তিচন্দ্ৰ ।

  1. ‘চকৰী ফেঁটী’ বুৰঞ্জীৰ ৰচক –

উত্তৰঃ – নুমলী বৰগোঁহাই ।

  1. মোগলসকলে অসম আক্ৰমণ কৰিছিল –

উত্তৰঃ – ১৭ বাৰ ।

অসম বুৰঞ্জী [Part 10]

  1. কোন চনৰ পৰা অসমত মাটিৰ ‘ম্যাদী পাট্টা’ আৰম্ভ কৰা হৈছিল ?
  2. মানৰ প্ৰথম অসম আক্ৰমণ হৈছিল –

উত্তৰঃ – ১৮৯১ খ্ৰীষ্টাব্দত ।

  1. অসমলৈ মান আনিছিল –

উত্তৰঃ – বদন বৰফুকনে ।

  1. দিহিংগীয়া ৰজাৰ প্ৰকৃত নাম –

উত্তৰঃ – চুহুংমুং ( দিহিং নদীৰ পাৰত ৰাজধানী প্ৰতিষ্ঠা কৰাৰ কাৰণে ) ।

  1. খোৰা ৰজা –

উত্তৰঃ – চুখ্ৰাংফা ।

  1. ভগনীয়া ৰজা –

উত্তৰঃ – জয়ধ্বজ সিংহ ।

  1. বৰ্মন বংশৰ শ্রেষ্ঠ ৰজা –

উত্তৰঃ – কুমাৰ ভাস্কৰ বৰ্মন ।

  1. কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজন –

উত্তৰঃ – ভগদত্ত ( কৌৰৱ পক্ষৰ হৈ ) ।

  1. বাণ ৰজাৰ ৰাজধানী –

উত্তৰঃ – শোণিতপুৰ ।